জনকত্ব
jonokotwa
অৰ্থ
1.
একে পিতৃ-মাতৃ বা একে উৎসৰ পৰা জন্ম হোৱা গুণ বা অৱস্থা
the quality of comming from same parents or origin
গুণবাচক বিশেষ্য
2.
মাক বা দেউতাক হোৱা গুণ বা অৱস্থা
the state of being father or mother
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ