← ফুৰি যাওক

মিলা-মিচা কৰ্

mi.la-mi.sa kor

অৰ্থ

1.

ভিন ভিন লোকৰ সৈতে মুকলিকৈ ভাবৰ আদান-প্ৰদান কৰ্

to interact freely with different people.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মিলা-মিচা কৰ্ · অসমীয়া অভিধান