← ফুৰি যাওক

সুন্দৰতা

xun.do.ro.ta

অৰ্থ

1.

মানুহ বা বস্তুৰ এনে এক গুণ, যি ইন্দ্ৰিয়ানুভূতিৰ জৰিয়তে গভীৰ আনন্দ বা পৰিতুষ্টি প্ৰদান কৰে।

the quality present in a thing or person that gives intense pleasure or deep satisfaction to the mind, whether arising from sensory manifestations.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ