বিৰোধিতা কৰ্
bi.ro`.dhi.ta kor
অৰ্থ
1.
বিৰোধিতা কৰ্ বা বাধা দিবলৈ চেষ্টা কৰ্
to make a stand or make efforts in opposition
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
2.
কোনো কথাৰ সত্যতা অস্বীকাৰ কৰ্।
To deny the truth of a statement.
সকৰ্মক ধাতু
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ