শাসন কৰ্
xa.xon kor
অৰ্থ
1.
নিয়ন্ত্ৰণ কৰ্ বা প্ৰভু্ত্ব প্ৰকাশ কৰ্
command, control, be the most influential or obvious
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
2.
ভুল দেখুৱাই খঙেৰে কিবা কাম নকৰিবলৈ সকিয়াই দিয়া।
To counsel against wrong practices; to cation or advise; to warn against danger or an offense.
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
3.
কৰ্ত্তৃত্ব বা অধিকাৰৰ ভিত্তিত দেশ বা অঞ্চল চলা
to rule over by right of authority
সকৰ্মক ধাতু
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ