সাধন
xa.dhon
অৰ্থ
1.
যোগান, সাহায্য বা সহায়ৰ উত্স, বিশেষকৈ যি প্ৰয়োজনৰ সময়ত সহজে উপলব্ধ হয়
a source of supply, support, or aid, esp. one that can be readily drawn upon when needed
গুণবাচক বিশেষ্য
2.
কোনো সিদ্ধান্ত, পৰিকল্পনা, ঠিকা আদি কাৰ্য্যত পৰিণত কৰা
Putting a decision, plan, contract, etc. into effect
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ