← ফুৰি যাওক

আদ্যক্ষৰী

adyo.khyori

অৰ্থ

1.

কোনো শব্দ সমষ্টি বিশেষৰ প্ৰতিটো শব্দৰ প্ৰথম আখৰ(আদ্যক্ষৰ) লৈ গঠিত শব্দ|

a word formed from the initial letters of a group of words as in UNO(United Nations Organisation) or AIDS(Acquired Immune Deficiency Syndrome

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আদ্যক্ষৰী · অসমীয়া অভিধান