← ফুৰি যাওক

দহা-কাজ

do.ha-kaj

অৰ্থ

1.

মৃতকৰ আত্মাৰ সদ্‌গতিৰ অৰ্থে মৃত্যুৰ নিৰ্দ্ধাৰিত সময়ৰ পাছত পালন কৰা ধৰ্ম্মীয় ৰীতি-নীতি আৰু প্ৰাৰ্থনা।

religious rites carried out after specified time since the actual demise of somebody for the peace of his/her soul.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দহা-কাজ · অসমীয়া অভিধান