হালোৱা
ha.lo`.wa
অৰ্থ
1.
জন্তুৱে টনা হাল চলোৱা মানুহ
a man who guides a plough pulled by animals
জাতিবাচক বিশেষ্য
2.
ঘিউ, চেনি মিহলাই গাজৰ ,চুজি আদি গাখীৰ বা পানীৰে পগাই কৰা এবিধ সুস্বাদু মিঠাই।
a sweet food from south Asia, made from Semolina or Carrot, with Almonds, Cardama and milk.
বস্তুবাচক বিশেষ্য
3.
যি গৰুয়ে হাল বায়৷ আৰু যিজন লোকে হালখন চলাই।
A bull that plough. Also the man who controls the plough.
জাতিবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ