← ফুৰি যাওক

অপদস্থ কৰ্

o.po.dos.tho kor

অৰ্থ

1.

কোনো ব্যক্তিৰ সন্মান বা মহত্ব লাঘৱ কৰ্

to lower the dignity or respect of someone

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অপদস্থ কৰ্ · অসমীয়া অভিধান