হস্তগত কৰ্
hos.to.got kor
অৰ্থ
1.
হাতেৰে কোনো বস্তু নিজৰ নিয়ন্ত্ৰণলৈ আন্।
To hold something string with one's hand.
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
2.
আনৰ কবলৰ পৰা কোনো বস্তু কষ্টেৰে নিজৰ হাতলৈ আন্
To obtain something from another person's grip with some effort or difficulty
সকৰ্মক ধাতু
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ