ষড়যন্ত্ৰ কৰ্
xo.ro.jon.tro kor
অৰ্থ
1.
কোনো অসৎ বা অন্যায় কাম কৰিবলৈ কাৰোবাৰ সৈতে গোপনে পৰিকল্পনা কৰ্
to plot or make plans together to do something bad or illegal
অকৰ্মক ধাতু
সমাৰ্থক শব্দ
2.
কাৰোবাৰ ক্ষতি কৰিবলৈ কৰা পৰিকল্পনা
to conspire to do something bad or cause harm to somebody
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ