← ফুৰি যাওক

আত্মশ্লাঘা

at.mo.sla.gha

অৰ্থ

1.

মইবৰ ভাৱ বা অতিমাত্ৰা আত্মগৌৰৱ।

Aggressively assertive or overbearingly confident.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

নিজকে প্ৰসংশা কৰা কাৰ্য্য ।

Pride in one's abilities, status, possessions.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আত্মশ্লাঘা · অসমীয়া অভিধান