বন কৰা ছোৱালী
bon ko.ra so`.wa.li
অৰ্থ
1.
ঘৰৰ কাম বন কৰা ছোৱালী বা তিৰোতা; সাধাৰণতে লেতেৰা, আমনি লগা কামবোৰ যাৰ হতুৱাই কৰোৱা হয়
a female domestic servant kept to do the dirty and boring jobs in a house
জাতিবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ