আৰাধনা
a.ra.dho.na
অৰ্থ
1.
ভগবান, দেৱতা বা কোনো পূজ্যপাদক শ্ৰদ্ধাৰে গোহাৰি জনোৱা কাৰ্য্য।
The act of making a reverent petition to God, a god, or another object of worship.
কৃদন্ত বিশেষ্য
সমাৰ্থক শব্দ
2.
ভগবান, দেৱতা বা কোনো মানুহক আকুলভাৱে কৰা অনুৰোধ
Earnest request to a deity, god or person
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ