← ফুৰি যাওক

মোটামুটি

mo`.ta-mu.ti

অৰ্থ

1.

প্ৰয়োজনীয়/নিৰ্দিষ্ট পৰিমাণতকৈ অকনমান কম ৷

Slightly short of or not quite accomplished.

বিশেষণীয় বিশেষণ

সমাৰ্থক শব্দ

2.

ওচৰা-ওচৰি একে, কিন্তু সম্পূৰ্ণৰূপে শুদ্ধ বা একে নহয়

nearly exact but not perfectly accurate or correct

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মোটামুটি · অসমীয়া অভিধান