← ফুৰি যাওক

ঋতুস্ৰাব

ri.tu.srab

অৰ্থ

1.

মহিলাৰ জৰায়ুৰপৰা প্ৰতিমাহে তেজ নিৰ্গত হোৱাৰ প্ৰক্ৰিয়া বা সময়।

the process or time of the flow of blood from the uterus.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঋতুস্ৰাব · অসমীয়া অভিধান