← ফুৰি যাওক

উত্তৰাধিকাৰিণী

ut.to.ra.dhi.ka.ri.ni

অৰ্থ

1.

এগৰাকী স্ত্ৰী বা কন্যা, যি পৰিয়ালৰ জ্যেষ্ঠজনৰ মৃত্যুৰ পাছত তেওঁৰ সা-সম্পত্তি ভোগ কৰাৰ ন্যায়িক অধিকাৰ পায়।

a woman or girl who receives or entitled to receive the property of someone generally elder one from her family after his/her death

জাতিবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উত্তৰাধিকাৰিণী · অসমীয়া অভিধান