← ফুৰি যাওক

কেঞা আঙুলি

ke.y~a a.ngu.li

অৰ্থ

1.

হাত বা ভৰিৰ আটাইতকৈ সৰু আঙুলি, যিটো বুঢ়া আঙুলিৰ পৰা আটাইতকৈ আঁতৰত

the smallest finger that is farthest from the thumb

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কেঞা আঙুলি · অসমীয়া অভিধান