← ফুৰি যাওক

তলপেট

tol.pet

অৰ্থ

1.

মেৰুদণ্ডী প্ৰাণীৰ শৰীৰৰ সমুখৰ বা তলৰ অংশ, বক্ষাস্থিৰ পৰা তলপেটলৈকে, য’ত পাচন-তন্ত্ৰ আৰু অন্য অংগ কেতবোৰ সোমাই থাকে ৷

the front or under part of a vertebrate body from the breastbone to the pelvis, containing the abdominal viscera

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

নিতম্বৰ বিপৰীত ফালৰ ভাগ, যি যোনিলৈকে প্ৰসাৰিত

the lower part of the belly extending to the vagina

বস্তুবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তলপেট · অসমীয়া অভিধান