← ফুৰি যাওক

সঁহাৰি দে

xo~.ha.ri de

অৰ্থ

1.

আন এজনে কোৱা কথা বা কৰা কামৰ প্ৰতিক্ৰিয়া হিচাপে কিবা ক বা কৰ্

to say or do something as a reaction to something that has been said or done

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

2.

প্ৰৰোচনা বা প্ৰভাৱৰ প্ৰতিক্ৰিয়া কৰ্

to react to a stimulus or influence

সকৰ্মক ধাতু

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সঁহাৰি দে · অসমীয়া অভিধান