← ফুৰি যাওক

সংমিশ্ৰণ কৰ

xong.mis.ron kor

অৰ্থ

1.

এটা (বস্তু, মৌল বা পদাৰ্থ আদি)ক এক সংগ্ৰহ বা সমূহৰ সৈতে যোগ কৰি সম্পূৰ্ণকৈ মিলা

to add one (substances, elements, things, etc.) into one mass, collection, or assemblage, generally with a thorough blending of the constituents.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সংমিশ্ৰণ কৰ · অসমীয়া অভিধান