আনুষ্ঠানিকতা
a.nus.tha.ni.ko.ta
অৰ্থ
1.
যিটো কৰিব লাগে অথচ প্ৰকৃততে যাৰ কোনো গুৰুত্ব নাই
something which has to be done but which has no real importance
গুণবাচক বিশেষ্য
2.
কোনো ৰীতি অনুসৰি নিৰ্দ্ধাৰিত অনুষ্ঠানৰ এক ব্যৱস্থা
a system of ceremonies prescribed by a ritual
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ