← ফুৰি যাওক

প্ৰলুব্ধ কৰ্

pro.lub.dho kor

অৰ্থ

1.

কোনো বিষয়ৰ সত্যতা বা যথাৰ্থতা সম্পৰ্কে বুজা বা সমৰ্থন আদায় কৰ্।

make (someone) agree, understand, or realize the truth or validity of something.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

2.

তোষামোদ কৰি বা ভাল লগা কথা কৈ আকৰ্ষিত কৰ্

to attract or tempt by something flattering or desirable

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

প্ৰলুব্ধ কৰ্ · অসমীয়া অভিধান