← ফুৰি যাওক

বৰতোপ

bor.to`p

অৰ্থ

1.

আগৰ দিনত যুদ্ধত ব্যৱহৃত ডাঙৰ আৰু গধূৰ খজা বন্দুক।

Large and heavy mounted gun, used in historical times.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বৰতোপ · অসমীয়া অভিধান