← ফুৰি যাওক

অকৰণ

akaraṇa

অৰ্থ

1.

নকৰা; যেনে-"বন্ধ ভয়ে কৰ্ম্ম-অকৰণতো নিষ্ঠা নকৰিবা" (ক. গী.)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অকৰণ · অসমীয়া অভিধান