ফটুৱা
pho.tu.wa
অৰ্থ
1.
যি অতি বেছিকৈ, সাধাৰণতে অদৰকাৰী কথা কয়
talking too much, often of no use
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
যাৰ কৰ্মকাণ্ডই আনক হঁহুৱায়|
A person who acts in a funny way which arouses laughter.
জাতিবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ