প্ৰতিবন্ধকতা
pro.ti.bon.dho.ko.ta
অৰ্থ
1.
আইন বা নীতি-নিয়ম নমনাৰ বাবে আৰোপ কৰা শাস্তিমূলক ব্যৱস্থা (যেনেঃ ৰাষ্ট্ৰসংঘই কিছুমান ৰাষ্ট্ৰৰ ওপৰত আৰোপ কৰা প্ৰতিবন্ধকতা)
Penalty for disobeying a law or rule (like sanctions imposed on UN on some countries)
গুণবাচক বিশেষ্য
2.
শাৰীৰিক বা মানসিক বাধাগ্ৰস্ততাৰ কাৰণে স্বাভাৱিক ধৰণে কাম-কাজ কৰিব নোৱৰা অৱস্থা
The condition of not being able to act normally due to some physical or mental constraints
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ