← ফুৰি যাওক

কুলকুলি কৰ্

kul.kuli kor

অৰ্থ

1.

মুখত পানী লৈ বটলৰ পৰা পানী ঢলাৰ দৰে শব্দ কৰ্

Make a bubbling sound as if water from a bottle

অকৰ্মক ধাতু

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কুলকুলি কৰ্ · অসমীয়া অভিধান