← ফুৰি যাওক

হাতেসজা

ha.te.xo.ja

অৰ্থ

1.

হাতেৰে তৈয়াৰী বা হাতেৰে কৰা।

done or made by hand.

কৃদন্ত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ