হাতপুথি
hat.pu.thi
অৰ্থ
1.
কোনো বিশেষ সঁজুলিৰ ব্যৱহাৰ সম্পৰ্কে নিৰ্দ্দেশাৱলী সন্নিৱিষ্ট থকা এখন সৰু কিতাপ।
A booklet that instructs on the usage of a particular tool.
বস্তুবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
ছপাশাল আবিষ্কাৰ হোৱাৰ আগতে হাতে-লিখা পুথি৷
a book or document written before the invention of printing.
বস্তুবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ