← ফুৰি যাওক

উভচৰ

u.bho.sor

অৰ্থ

1.

মাটি আৰু পানী দুয়ো ঠাইতে বসবাস কৰিব পৰা বা আহ-যাহ কৰিব পৰা ক্ষমতা থকা

being able to live or move in both water and land with equal ease

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

2.

মাটি আৰু পানী দুয়ো ঠাইতে বসবাস কৰিব পৰা শীতলৰক্তী, মেৰুদণ্ডী প্ৰাণী

any cold-blooded vertebrate of the class Amphibia

জাতিবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ