← ফুৰি যাওক

নিৰ্মূল কৰ্

nir.mul kor

অৰ্থ

1.

সম্পূৰ্ণৰূপে ধ্বংস কৰ্ বা নাইকিয়া কৰ্

To root out or destroy completely

সকৰ্মক ধাতু

2.

কিবা বেয়া, অনিষ্টকাৰী বস্তুক সম্পূৰ্ণভাবে নাইকীয়া ধ্বংস কৰা যাতে সি পুনৰায় অপকাৰ কৰিব নোৱাৰে৷

to destroy something completely.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ