প্ৰত্যাৱৰ্তন
pro.tya.bor.ton
অৰ্থ
1.
Return to a previous state
গুণবাচক বিশেষ্য
2.
আগৰ স্থান বা অৱস্থালৈ ঘূৰি অহা কাৰ্য্য বা প্ৰক্ৰিয়া
going back, return, backward movement
কৃদন্ত বিশেষ্য
সমাৰ্থক শব্দ
3.
পূৰ্বৰ ঠাইলৈ পুনৰ ঘূৰি অহা কাৰ্য্য৷
To turn back; to go or come again to the same place or condition.
কৃদন্ত বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ