← ফুৰি যাওক

বহিষ্কাৰ কৰ্

bo.his.kar kor

অৰ্থ

1.

কোনো ঠাইৰ পৰা কাৰোবাক/কিহবাক জোৰ কৰি উলিয়াই দিয়া

to force somebody or something out of somewhere

অকৰ্মক ধাতু

সমাৰ্থক শব্দ

2.

আনুষ্ঠানিক আদেশেৰে কোনো দেশ বা স্থান পৰিত্যাগ কৰিবলৈ বাধ্য কৰা

To force to leave a country or place by official decree; exile.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

3.

কাৰোবাক কোনো সামাজিক দল, গোট বা দেশৰ পৰা বাহিৰ কৰি দিয়া আৰু সুমাবলৈ অনুমতি নিদিয়া৷

Refuse to have social or commercial interactions with a person, group or a country, etc.

সকৰ্মক ধাতু

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বহিষ্কাৰ কৰ্ · অসমীয়া অভিধান