উদাসীনতা
u.da.xi.no.ta
অৰ্থ
1.
স্পৃহা নথকা বা গুৰুত্ব নিদিয়া।
Lack of interest or importance.
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
অনুৰাগ/আগ্ৰহ/ইচ্ছা নথকা অৱস্থা; উদাসীন অৱস্থা|
Conduct conforming to the precepts of the Stoics, as repression of emotion and indifference to pleasure or pain.
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ