← ফুৰি যাওক

আলগা

অৰ্থ

1.

অনাবশ্যক; আবশ্যক নথকা; অদৰ্কাৰী

unnecessary

2.

সম্বন্ধ নথকা; সম্পৰ্ক নথকা

unconnected

3.

আঁতৰ কৰ্; বেলেগ কৰ্; নিলগ কৰ্

to separate

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আলগা · অসমীয়া অভিধান