← ফুৰি যাওক

গাখীৰজাত

ga.khir.ja.to

অৰ্থ

1.

গাখীৰৰ পৰা উত্পাদিত বা গাখীৰৰ উত্পাদন আৰু তাৰ পৰা অন্য খাদ্য-দ্ৰৱ্য প্ৰস্তুতকৰণৰ সৈতে জড়িত

made of milk or anything related to the production and processing of milk

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গাখীৰজাত · অসমীয়া অভিধান