পল্লৱী
pol.lo.bi
অৰ্থ
1.
এটা সুস্পষ্ট গুৰি আৰু এটা মূল গা-গছেৰে সৈতে বহুবাৰ ফল-ফুল ধাৰণ কৰা কাঠ গছ।
A perennial woody plant having a main trunk and usually a distinct crown.
জাতিবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
উদ্ভিদৰ কাণ্ড বা গা-গছে ধাৰণ কৰা বহল, সাধাৰণতে সেউজীয়া অঙ্গ বিশেষ
one of the expanded, usually green organs borne by the stem of a plant
জাতিবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ