নিশ্চয়তা
nis.soyo.ta
অৰ্থ
1.
সত্যতা, গুণাগুণ বা অৱস্থা নিশ্চিত হোৱা
The fact, quality, or state of being certain
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
নিদিষ্ট সময়ৰ কাৰণে কোনো বস্তু নিৰ্মাতাই সেই বস্তু ভাল হৈ থাকিব বুলি দিয়া অঙ্গীকাৰ পত্ৰ ৷
a statement by the maker that something will work for a certain period of time.
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ