ৰেখাচিত্ৰ
re.kha.si.tro
অৰ্থ
1.
তথ্যৰ ছবিৰ জৰিয়তে কৰা উপস্থাপন
a graphic display of data or information
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
কেতবোৰ সাধাৰণ ৰেখাৰ দ্বাৰা অঁকা চিত্ৰ যাৰ সহায়ত কোনো জটিল প্ৰণালীক সহজ কৰি বুজাবলৈ প্ৰয়াস কৰা হয়
a diagram made up of simple lines used to explain a complex process in a simple manner
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ