← ফুৰি যাওক

পাক ঘূৰণি

pak ghu.ro.ni

অৰ্থ

1.

কোনো তৰল বা গেছীয় পদাৰ্থৰ চক্ৰ গতি।

Circular motion of a liquid or gas.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

একে ঠাইতে বৰ বেগেৰে ঘূৰা৷

very fast turning movements at the same place.

কৃদন্ত বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পাক ঘূৰণি · অসমীয়া অভিধান