← ফুৰি যাওক

নিপাত যোৱা

ni.pat jo’.wa

অৰ্থ

1.

ভেঁটি উচ্ছন্ন হোৱা; কোনো উত্তৰসূৰী নথকা |

no longer in existence; lost or especially having died out leaving no living representatives; "an extinct species of fish"; "an extinct royal family"; "extinct laws and customs"

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিপাত যোৱা · অসমীয়া অভিধান