← ফুৰি যাওক

শোক প্ৰকাশ

xo`k pro.kax

অৰ্থ

1.

ভাল অৱস্থাত নাথাকোতে হোৱা অনুভূতি

emotions experienced when not in a state of well-being

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

কাৰোবাৰ মৃত্যুৰ বাবে দুখ প্ৰকাশ কৰা কাৰ্য্য

expression of sorrow for a dead person, especially by wearing black clothes

কৃদন্ত বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ