← ফুৰি যাওক

মৃদু

mri.du

অৰ্থ

1.

কম পৰিমাণত বা কম মাত্ৰাত থকা

present in small quantities or magnitudes

প্ৰকৃত বিশেষণ

2.

উগ্ৰ নোহোৱা, অৰ্থাত্ অতি অমায়িক আৰু নম্ৰ স্বভাৱৰ

very humble and gentle, without much aggression.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মৃদু · অসমীয়া অভিধান