পাশাখেল
pa.xa.khel
অৰ্থ
1.
দুজন খেলু্ৱৈৰ মাজত খেলা এখন বুদ্ধিৰ খেল৷
A board game for two players, each beginning with 16 pieces of six kinds that are moved according to individual rules, with the objective of checkmating the opposing king
বস্তুবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
এক সমান পৃষ্ঠৰ ওপৰত ছটা ঘনক গুটি জোকাৰি দলিয়াই দি, বিশেষকৈ জুৱাৰ বাবে খেলা কেইবাপ্ৰকাৰ খেলৰ যিকোনো এবিধ
any of various games, esp. gambling games, played by shaking and throwing from two to six dice onto a flat surface
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ