শোধনাগাৰ
xo’.dha.na.gar
অৰ্থ
1.
খাৰুৱা তেল বা চেনি আদিৰ দৰে কোনো অশুদ্ধ দ্ৰৱ্য শোধন কৰা ঔদ্যোগিক প্ৰতিষ্ঠান
An industrial plant for purifying a crude substance, such as petroleum or sugar
বস্তুবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ