অৱতাৰণা কৰ্
o.bo.ta.ro.na kor
অৰ্থ
1.
কিহবাক দৃষ্টি, জীৱন বা কাৰ্য্যলৈ অনা বা অহা
to come or to bring sth into view, life, or activity
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
2.
কোনো ধাৰণা বা বুদ্ধি আলোচনাৰ বাবে বা বিবেচনাৰ বাবে আগবঢ়োৱা৷
to forward an idea for consideration, discussion, or adoption
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ