← ফুৰি যাওক

সহিষ্ণুতা

xo.his.nu.ta

অৰ্থ

1.

কষ্ট স্বীকাৰ কৰি কোনো কথা সম্পন্ন হোৱালৈকে প্ৰতীক্ষা কৰিব পৰাৰ সামৰ্থ্য।

the ability to wait uncomfortably for sth to happen.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

বেদনা বা আৰাম-বিহীনতা সহিব পৰা গুণ।

the ability to bear pain or discomfort.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

3.

অতি প্ৰতিকূল পৰিৱেশ বা অৱস্থাতো শক্তিশালী হৈ থাকিব পৰা গুণ

the ability of being strong even under most adverse conditions

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ