← ফুৰি যাওক

কলাকৰ্ষণ

ko.la.kor.xon

অৰ্থ

1.

জীৱদেহৰ বাহিৰত কোনো কৃত্ৰিম ভাৱে প্ৰস্তুত মাধ্যমত জীৱিত কলাৰ বৃদ্ধি ঘটোৱা প্ৰক্ৰিয়া

the technique of cultivating living tissue in a prepared medium outside the body

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কলাকৰ্ষণ · অসমীয়া অভিধান